Search Results
কালি ১৫ টাকৈ COVID-19+ ওলোৱাৰ পিছত আজি নগৰবেৰাৰ এটা বেংকৰ সন্মুখত হোৱা এক ভয়ংকৰ দৃশ্য়।
কিয় গোৱালপাৰাৰ বিধায়ক এ কে ৰছিদ আলমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে?
৭ জন COVID-19+ ওলোৱাৰ পিছতে হোটেল ৰেডিছন ব্লুত উপস্থিত স্বাস্থ্যমন্ত্ৰী। আক্ৰান্তসকলক GMCHলৈ প্ৰেৰণ
পুনৰ ৰাজ্যত ৭ জনৰ দেহত ধৰা পৰিছে COVID-19। এওঁলোক আটাইকেইজন বাছেৰে মুম্বাইৰ পৰা আহিছিল।
দিল্লীৰ পৰা আহি ডিব্ৰুগড়ত উপস্থিত হোৱা ৩ জন যাত্ৰী জ্বৰত আক্ৰান্ত হৈছে। নিয়া হৈছে চিকিৎসালয়।
কৰ’নাৰ HOTSPOT ফাঁচী বজাৰৰ LATEST UPDATE কি? কি ক'লে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই?
১৫জনকৈ COVID পজিটিভৰ পিছতে গুৱাহাটী মহানগৰীত বৃদ্ধি পালে CONTAINMENT ZONEৰ সংখ্যা।
মহামাৰী কৰ’নাই অমানিশা নমাই আনিছে দিব্যাংগ শিল্পী নিপু নেওগৰ জীৱনলৈ
ৰাইজৰ প্ৰচণ্ড ভিৰ, চেণ্ডেলযোৰেহে মানিছে সামাজিক দূৰত্ব!
গুৱাহাটীত কৰ’নাৰ SUPER SPREADER মংৰু চাইনী
সৰুসজাইত স্বাস্থ্যমন্ত্ৰীয়ে তদাৰক কৰে দিল্লীৰ পৰা অহা যাত্ৰীসকলক কোৱাৰেণ্টিন চেণ্টাৰলৈ অনাৰপ্ৰক্ৰিয়া
30 Juneলৈ বন্ধ থাকিব সকলো ৰে'লৰ চলাচল, নতুনকৈ জাৰি কৰা হৈছে নিৰ্দেশনা